-
- ছাত্ৰ-ছাত্ৰীসকলে সঞ্চিত ধনৰ মূল্যৰ বিষয়ে জানিবলৈ সক্ষম হ’ব।
- তেওঁলোকে বিভিন্ন ধৰণৰ বাক্যৰ বিষয়ে জানিবলৈ সক্ষম হ’ব।
- তেওঁলোকে দুঃসাহসিক কামৰ প্ৰতি আগ্ৰহী হ’ব।
- ই ছাত্ৰ-ছাত্ৰীসকলৰ শব্দকোষ বৃদ্ধি কৰিব।
| ১ম দিন
Time: ১৫ মিনিট ছাত্ৰ-ছাত্ৰীয়ে YouTube ত পাঠটিৰ অসমীয়াত বিশ্লেষণ কৰা ভিডিঅ’ চাব আৰু পাঠটিৰ সাৰাংশ লিখি বিদ্যালয়ৰ WhatsApp group ত পঠিয়াই দিব। সমল: এই ভিডিঅ’টোত পাঠটি অসমীয়াতে বৰ্ণনা কৰা আছে। যিহেতু ভিডিঅ’টোত পাঠৰ লিখনি দৃশ্যমান হয়, গতিকে ই পাঠৰ লগত ছাত্ৰ-ছাত্ৰীক সংযুক্ত হোৱাত সহায়ক হ’ব। |
| Time: ১৫ মিনিট
ছাত্ৰ-ছাত্ৰীয়ে পাঠত থকা লিখনিখিনি পঢ়িব আৰু কঠিন শব্দৰ অৰ্থ অসমীয়াতে বিচাৰিব। তেওঁলোকে কঠিন শব্দৰ অৰ্থ লিখিব আৰু শিক্ষকৰ লগত ভাৱবিনিময় কৰিব। সমল: https://www.dailyassam.com/2020/01/class-6-english-lesson-2-tom-sawyer.html ছাত্ৰ-ছাত্ৰীয়ে এই লিংকটোত পাঠটিৰ দফা অনুসৰি অনুবাদৰ লগতে কঠিন শব্দৰ অৰ্থসমূহ বিচাৰি পাবলৈ সক্ষম হ’ব। |
| ২য় দিন
Time: ৬০ মিনিট মূল্যায়ণ: নিজৰ পৰিয়ালবৰ্গ আৰু বন্ধুবৰ্গৰ সৈতে ফোনৰ মাধ্যমেৰে আলোচনা কৰা।
ছাত্ৰ-ছাত্ৰীয়ে এশ শব্দৰ ভিতৰত এটা দফা লিখিব আৰু WhatsAppৰ মাধ্যমেৰে শিক্ষকৰ লগত ভাৱবিনিময় কৰিব। • ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ মাতৃভাষাত এটি দুঃসাহসিক কাহিনী বিচাৰিব আৰু এশ শব্দৰ ভিতৰত ইংৰাজীতে লিখি আৰু নিজৰ WhatsApp group ত পঠিয়াই দিব। |
| ৩য় দিন Time: ৩০ মিনিট ইয়াৰ পিছত, ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্নোত্তৰসমূহ পাবলৈ সমল (Resources)ত উল্লেখ কৰা লিংকটো চাব পাৰিব আৰু টোকাবহীত লিখা। সমল: “Tom Sawyer”ৰ ক্ৰিয়াকলাপ, ৬ষ্ঠ শ্ৰেণী, SCERT, অসম |
Click here to download the Lesson Plan in PDF format
প্ৰস্তুতকৰ্তা: ৰূপাশ্ৰী ডেকা, আদৰ্শ বিদ্যালয়, বৰক্ষেত্ৰী, নলবাৰী, অসম
সম্পাদনা: লভিতা কলিতা, গ্ৰাম্য বিকাশ মঞ্চ, অসম, আইটিই সমল গোট, TISS, মুম্বাই
অনুবাদক: নিতুমনি কলিতা, হিমাংশু লহকৰ, গ্ৰাম্য বিকাশ মঞ্চ, অসম
Helpline Number : +91 70028 25970, +91 91018 89733