শিকনৰ উদ্দেশ্য:
- ছাত্ৰ-ছাত্ৰীয়ে মধ্যযুগৰ অসমৰ ইতিহাসৰ জ্ঞান লাভ কৰিব (১৩ শতিকা)
- ছাত্ৰ-ছাত্ৰীয়ে অসমৰ মানচিত্ৰৰ বিষয়ে জ্ঞান লাভ কৰিব (মধ্যযুগত অসমৰ ভৌগোলিক অৱস্থিতি)
- ছাত্ৰ-ছাত্ৰীয়ে মধ্যযুগত অসমৰ আন্তঃৰাজ্যিক সম্বন্ধৰ বিষয়ে প্ৰাথমিক ধাৰণা লাভ কৰিব।
১ম দিন
সময়: ২০ মিনিটকাৰ্যকলাপ ১: সময়: ৩০ মিনিট কাৰ্যকলাপ ২: ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিত দিয়া QR code স্কেন কৰিব আৰু পাঠটো ভালদৰে চাব। তেওঁলোকে শাসকৰ নাম, শাসনকাল আৰু শাসনকালৰ গুৰুত্বপূৰ্ণ ঘটনাৰ কথা উল্লেখ কৰি এখন সময়সূচী অংকন কৰিব আৰু শিক্ষক/অভিভাৱকক দেখুৱাব (আৰ্হি সময়সূচীখন ছাত্ৰ-ছাত্ৰীয়ে উদাহৰণ হিচাবে ব্যৱহাৰ কৰিব পাৰে আৰু প্ৰতিলিপি বা হুবহু একে কৰিব নোৱাৰিব)। ছাত্ৰ-ছাত্ৰীয়ে অধ্যায়টো বুজিবলৈ (a), (b) লিংক চাব পাৰে: অসমীয়াত অধ্যায়টোৰ ব্যাখ্যা: ইংৰাজীত অধ্যায়টোৰ ব্যাখ্যা: |
২য় দিন সময়: ৪০ মিনিট (প্ৰতিটো কাৰ্যৰ বাবে ২০ মিনিট)কাৰ্যকলাপ ৩: ছাত্ৰ-ছাত্ৰীয়ে মধ্যযুগৰ অসম প্ৰদেশৰ মানচিত্ৰখন পাবলৈ ইণ্টাৰনেট/প্ৰসংগ গ্ৰন্থসমূহ চাব। তেওঁলোকে অসমৰ বৰ্তমান সময় মানচিত্ৰ আৰু মধ্যযুগৰ মানচিত্ৰৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰিব আৰু শিক্ষকক দেখুৱাব।সংশ্লিষ্ট সমল লিংক: ১৩ শতিকাৰ অসমৰ মানচিত্ৰৰ বাবে Google/ Diksha app চাব ৯০ মিনিট (প্ৰতিটো কাৰ্যৰ বাবে ৩০ মিনিট)কাৰ্যকলাপ ৪:ছাত্ৰ-ছাত্ৰীয়ে অসমৰ শাসকসকল, সময়ৰ লগত ই কেনেদৰে সলনি হয় আৰু আন্তঃৰাজ্যিক সম্পৰ্কত ইয়াৰ প্ৰভাৱৰ বিষয়ে তথ্য লিখিব। |
৩য় দিন
সময়: ৯০ মিনিট (প্ৰতিটো কাৰ্যৰ বাবে ৩০ মিনিট) মূল্যায়ণ: ছাত্ৰ-ছাত্ৰীয়ে মধ্যযুগৰ অসম আৰু বৰ্তমান সময়ৰ অসমৰ মাজত আন্তঃসম্বন্ধৰ তুলনা কৰিব। |
Click here to download the lesson plan
Prepared by: Dimbeswar Sarma, Namati Vidyapith Higher Secondary School, Assam;
Edited by: Srabanti Basak; ITE resource Team, TISS, Mumbai;
Translated by: Nitumani Kalita, Gramya Vikash Mancha, Assam.
Helpline Number : +91 70028 25970, +91 91018 89733