শিকনৰ উদ্দেশ্য:
- ছাত্ৰ-ছাত্ৰীয়ে দেশৰ বিভিন্ন ক্ৰীড়াবিদ আৰু তেওঁলোকে সফলতা লাভৰ আঁৰৰ সংগ্ৰামৰ বিষয়ে জানিব।
- ই ছাত্ৰ-ছাত্ৰীৰ শব্দভাণ্ডাৰ বৃদ্ধি কৰিব।
- তেওঁলোকে বিভিন্ন প্ৰকাৰৰ কাল আৰু বাস্তৱ জীৱনত ইয়াৰ ব্যৱহাৰৰ বিষয়ে জানিৱলৈ সক্ষম হ’ব।
- তেওঁলোক বিভিন্ন খেলা-ধূলাৰ প্ৰতি আগ্ৰহী হ’ব।
| ১ম দিন
সময়: ৩০ মিনিট ক্ৰিয়াকলাপ: https://www.dailyassam.com/2020/01/class-6-english-lesson-3-dhyan-chand.html সময়: ২০ মিনিট ক্ৰিয়াকলাপ: ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ পাঠ্যপুথিৰ 31 নং পৃষ্ঠাত থকা চিত্ৰখন চাব আৰু তাৰ পৰা বিভিন্ন ক্ৰীড়াবিদ আৰু তেওঁলোক জড়িত খেলৰ নাম বিচাৰি ল’ব। তাৰ পিছত তেওঁলোকৰ পৰিয়াল সদস্যৰ সহায়ত তেওঁলোকৰ ৰাজ্যৰ কিছুমান তেনেকুৱা ক্ৰীড়াবিদৰ নাম বিচাৰি লিপিৱদ্ধ কৰিব। সংশ্লিষ্ট সমল লিংক: ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ পৃষ্ঠা নং- 31 চাব (NCERT) সময়: ৩০ মিনিট ক্ৰিয়াকলাপ: সংশ্লিষ্ট সমল লিংক
Major Dhyan Chand Biography in hindi/Legend of Hockey/Indian HockeyPlayer |
| ১ম দিন
সময়: ৩০ মিনিট (প্ৰতিটো কাৰ্যকলাপৰ) মূল্যায়ণ:
ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিত উল্লেখ থকা ক্ৰিয়াকলাপ সমূহ তেওঁলোকৰ টোকাবহীত সমাধান কৰিব। (শুদ্ধ উত্তৰ পাবলৈ সমলত উল্লেখ কৰা লিংকসমূহ চাব।)
|
Click here to download the Lesson Plan
Prepared by: Rupashree Deka, Model School, Barkhetri, Nalbari, Assam ;
Edited by: Srabanti Basak, ITE resource Team, TISS, Mumbai;
Translated by: Nitumani Kalita, Gramya Vikash Mancha, Assam
Helpline Number : +91 70028 25970, +91 91018 89733